അർത്ഥം : তুর্কিস্তানৰ অধিবাসী
ഉദാഹരണം :
তুর্কীসকলে ভাৰতৰ ওপৰত বাৰে-বাৰে আক্রমণ কৰিছিল
പര്യായപദങ്ങൾ : তুর্কীস্তান বাসী, তুর্কীস্তান-বাসী
അർത്ഥം : তুর্কিস্তানৰ ভাষা
ഉദാഹരണം :
তেওঁ ঘৰত তুর্কী কʼব পাৰে
പര്യായപദങ്ങൾ : তুর্কী ভাষা, তুর্কী-ভাষা
അർത്ഥം : তুর্কী ভাষাৰ বা তাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
শিক্ষাগুৰুৱে তুর্কী ্বর্ণৰ বিষয়ে বুজাই আছে
അർത്ഥം : তুর্কীস্তানৰ বা তুর্কীস্তানৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
এই তুর্কী টুপিটো তুমি কʼত পালা
അർത്ഥം : তুর্কিস্তানত বসবাস কৰোতা
ഉദാഹരണം :
ভাৰতত ভালেমান তুর্কী লোকে বসতি কৰি আছে
പര്യായപദങ്ങൾ : তুর্কীস্তান বাসী, তুর্কীস্তানী