അർത്ഥം : যাৰ বুদ্ধি বহু প্রখৰ বা তীক্ষ্ণ
ഉദാഹരണം :
তীক্ষ্ণবুদ্ধি মনোহৰ এজন ভাল খেলুৱৈ
പര്യായപദങ്ങൾ : প্রখৰবুদ্ধি
അർത്ഥം : যাৰ স্মৰণ শক্তি অতি প্রখৰ
ഉദാഹരണം :
সেই তীক্ষ্ণবুদ্ধিৰ ছাত্রজন বিদ্যালয়খনৰ গৌৰৱ আছিল