പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള তিল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

তিল   বিশেষ্য

അർത്ഥം : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়

ഉദാഹരണം : তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে

അർത്ഥം : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ

ഉദാഹരണം : তেওঁৰ ্ গালত কʼলা তিল আছে

അർത്ഥം : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন

ഉദാഹരണം : সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে

പര്യായപദങ്ങൾ : বিউটি স্পট

അർത്ഥം : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়

ഉദാഹരണം : তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়