അർത്ഥം : তিব্বতৰ ভাষা
ഉദാഹരണം :
অসমীয়া ভাষাৰ ওপৰত তিব্বতী ভাষাৰ প্রভাৱ পৰিছে
പര്യായപദങ്ങൾ : তিব্বতী ভাষা
അർത്ഥം : তিব্বতৰ অধিবাসী
ഉദാഹരണം :
তিব্বতীসকল বহুত উদ্যমী
അർത്ഥം : তিব্বতত থকা বা বসতি কৰা
ഉദാഹരണം :
তিব্বতী লামাসকলক আদৰণী জনাবলৈ সকলো থিয় হʼল
അർത്ഥം : তিব্বতী ভাষা বা তিব্বতী ভাষাৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
তেওঁ তিব্বতী কাহিনীবোৰ বৰ ভাল পায়
അർത്ഥം : তিব্বতৰ বা তিব্বত সম্বন্ধীয়
ഉദാഹരണം :
তিব্বতী মূলৰ সাত হাজাৰ শৰণার্থী ইয়ালৈ আহিল