അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো ধৰণৰ স্মৰণীয় কার্য ্বা ঘটনা সংঘটিত হোৱা বিগত ্বর্ষৰ দিন বিশেষ
ഉദാഹരണം : আজি আমাৰ বিয়াৰ বছৰেকীয়া তিথি পৰিছে
പര്യായപദങ്ങൾ : দিৱস, বার্ষিকী, ্পর্ব
അർത്ഥം : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
ഉദാഹരണം : এদিনত আঠটা প্রহৰ থাকে
പര്യായപദങ്ങൾ : দিন, দিৱস
അർത്ഥം : ইংৰাজী মাহৰ হিচাপেৰে গণনা কৰা দিন
ഉദാഹരണം : মই আবেদন পত্রখনত আজিৰ তাৰিখ লিখিবলৈ পাহৰি গʼলো
പര്യായപദങ്ങൾ : তাং, তাৰিখ, দিনাংক
ഇൻസ്റ്റാൾ ചെയ്യുക