അർത്ഥം : যিটো আছে তাক বাদ দি
ഉദാഹരണം :
জ্বৰতো আছিলেই, তাৰোপৰি পেটটো বিষো হʼবলৈ ধৰিলে
പര്യായപദങ്ങൾ : তাৰ বাহিৰেও
അർത്ഥം : কোনো কথা বা কামৰ বাহিৰেও
ഉദാഹരണം :
এফালে ভুল কৰিবি তাৰোপৰি কান্দিবিও এইটো কিবা কথা হʼল !
പര്യായപദങ്ങൾ : তদুপৰি