പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള তাল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

তাল   বিশেষ্য

അർത്ഥം : কাঁইটীয়া বৃক্ষৰ পৰা পোৱা এবিধ গোল ডাঙৰ ফল যাৰ সাৰভাগ কোমল হয়

ഉദാഹരണം : বেলৰ চৰবত পেটৰ বাবে উপকাৰী

പര്യായപദങ്ങൾ : বিল্ব, বেল, শ্রীফল

അർത്ഥം : শাখা-প্রশাখাহীন স্তম্ভৰ দৰে থকা চিধা ওপৰলৈ বাঢ়ি যোৱা আৰু আগ অংশত ডাঙৰ ডাঙৰ পাত থকা এবিধ গছ

ഉദാഹരണം : তেওঁ ্ তাল গছৰ পৰা তাড়ি পানী উলিয়াইছে

പര്യായപദങ്ങൾ : তাল গছ

അർത്ഥം : নচা-গোৱা, বজোৱা আদিত তাৰ সময় আৰু ক্রিয়াৰ পৰিমাণ ঠিক ৰখাৰ এক উপকৰণ

ഉദാഹരണം : নর্তকীয়ে বাদকক নৃত্যৰ তাল বুজাই আছেএই ৰাগ তিনি তালৰ

അർത്ഥം : নাম-প্রসঙ্গ, পূজা আদিত বজোৱা মঞ্জিৰাৰ দৰে গোলাকাৰ এবিধ ় কাঁহৰ যুৰীয়া বাদ্য

ഉദാഹരണം : নাম-কী্র্তনত ্ কেইবাযোৰো তাল বজাইছিল

പര്യായപദങ്ങൾ : তূর্য, দামামা