അർത്ഥം : খেলিবলৈ ব্যৱহাৰ কৰা ৰঙীন চিহ্ন আৰু ছবি থকা চাৰিচুকীয়া এবিধ ডাঠ কাগজ বিশেষ
ഉദാഹരണം :
তেওঁ খঙতে তাচপাতখিনি ফালি দিলে এই আলমাৰিটোত কেইবাযোৰাও তাচ আছে
പര്യായപദങ്ങൾ : তাচপাত, প্লে কার্ড
അർത്ഥം : তাচৰ পাতেৰে খেলিব পৰা খেল
ഉദാഹരണം :
কিছুমান লোকে বাগিছাত তাচ খেলি আছে