അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তু আদিৰ তলৰ অংশ
ഉദാഹരണം : এই বাচনটোৰ তলিত ফুটা আছে
അർത്ഥം : জলাশয়ৰ তলৰ ভূমি
ഉദാഹരണം : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
പര്യായപദങ്ങൾ : তল
അർത്ഥം : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
ഉദാഹരണം : লোটাটোৰ তলিত গেদ জমা হৈছে
അർത്ഥം : কোনো বস্তু আদিৰ তল অংশ
ഉദാഹരണം : তেওঁ গছৰ তলিত বহি আছে
ഇൻസ്റ്റാൾ ചെയ്യുക