അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : উষ্ণতা বা তাপ থকা
ഉദാഹരണം : বসন্ত ঋতু শেষ হোৱাৰ লগে লগে জলবায়ু গৰম হʼবলৈ ধৰে
പര്യായപദങ്ങൾ : অত্যুষ্ণ, অশীতল, উত্তপ্ত, উত্তাপিত, উষ্ণ, গৰম, তপত, তাপময়, তাপযুক্ত
അർത്ഥം : যাক গৰম কৰা হৈছে
ഉദാഹരണം : উত্তপ্ত বাচনটোক স্পর্শ কৰোতেই হাত পুৰি গʼল
പര്യായപദങ്ങൾ : উত্তপ্ত, উত্তাপিত
അർത്ഥം : তপত হোৱা
ഉദാഹരണം : গৰম টাৱাখনত ৰুটি সেকা উচিত নহʼলে লাগি ধৰিব পাৰে
പര്യായപദങ്ങൾ : গৰম, তপত
ഇൻസ്റ്റാൾ ചെയ്യുക