അർത്ഥം : যাৰ টোপনি আহিছে
ഉദാഹരണം :
তন্দ্রালু ব্যক্তিজন মাটিতেই শুই থাকিল
പര്യായപദങ്ങൾ : তন্দ্রাবিষ্ট
അർത്ഥം : চিলমিলকৈ টোপনিয়াই থকা
ഉദാഹരണം :
তন্দ্রালু ব্যক্তিজনে বাৰে-বাৰে নিজৰ চকুকেইটা পানীৰে ধুই আছে
പര്യായപദങ്ങൾ : নিদ্রালু