അർത്ഥം : ঢিলা হোৱা অৱস্থা বা ভাব
ഉദാഹരണം :
নিজৰ কামত ঢিলাই দিলে পিছত অনুশোচনা কৰিবা
പര്യായപദങ്ങൾ : শিথিলতা
അർത്ഥം : যিটো বেছি গাঢ় নহয়
ഉദാഹരണം :
দৈখিনি ঢিলাকৈ বান্ধিলে
അർത്ഥം : ঠেক বা কচি বা টানি নবন্ধা
ഉദാഹരണം :
মোহনে ঢিলা কাপোৰ পিন্ধে
അർത്ഥം : যাক ভালদৰে বন্ধা বা টনা হোৱা নাই
ഉദാഹരണം :
ৰছীডাল ঢিলা হৈ গʼল
അർത്ഥം : যিটো ভালদৰে বন্ধা বা লগা নাই
ഉദാഹരണം :
এই টেমাটোৰ ঢাকনখন ঢিলা শ্যামে স্ক্রু-ড্রাইভাৰেৰে ঢিলা স্ক্রু টান কৰি আছে