അർത്ഥം : লিবিয়াত প্রচলিত মুদ্রা
ഉദാഹരണം :
তেওঁ অলপ লিবিয়ান ডিনাৰ লৈ বেংকলৈ গৈছে
പര്യായപദങ്ങൾ : লিবিয়ান ডিনাৰ
അർത്ഥം : টিউনিছিয়াত প্রচলিত মুদ্রা
ഉദാഹരണം :
তুমি এই টিউনিছিয়ান ডিনাৰবোৰৰ কি কৰিবা ?
പര്യായപദങ്ങൾ : টিউনিছিয়ান ডিনাৰ
അർത്ഥം : আলজেৰিয়াত প্রচলিত মুদ্রা
ഉദാഹരണം :
তেওঁ বেংকত কিছু আলজেৰিয়ান ডিনাৰ জমা কৰিলে
പര്യായപദങ്ങൾ : আলজেৰিয়ান ডিনাৰ
അർത്ഥം : ইৰাকত প্রচলিত মুদ্রা
ഉദാഹരണം :
আপুনি ইৰাকী ডিনাৰৰ পৰিৱর্তে ্টকা বিমান বন্দৰতে পাই যাব
പര്യായപദങ്ങൾ : ইৰাকী ডিনাৰ
അർത്ഥം : ইৰাণত প্রচলিত মুদ্রা
ഉദാഹരണം :
এজন ইৰাণীয়ে মোৰ পৰা ইৰাণী ডিনাৰৰ সলনি টকা বিচাৰিছিল
പര്യായപദങ്ങൾ : ইৰাণী ডিনাৰ
അർത്ഥം : কুৱেইটত প্রচলিত মুদ্রা
ഉദാഹരണം :
আচলামে ভনীয়েকক এহেজাৰ কুৱেইটী ডিনাৰ উপহাৰ দিলে
പര്യായപദങ്ങൾ : কুৱেইটী ডিনাৰ
അർത്ഥം : বাহৰেইনত চলা মুদ্রা
ഉദാഹരണം :
তেওঁ ্মাকৰ কাৰণে প্রতিমাহে এশ বাহৰেইনী ডিনাৰ পঠিয়ায়
പര്യായപദങ്ങൾ : বাহৰেইনী ডিনাৰ
അർത്ഥം : জর্দানত প্রচলিত মুদ্রা
ഉദാഹരണം :
তেওঁ ্মোক এটা জর্দানৰ ডিনাৰ দেখুৱালে
പര്യായപദങ്ങൾ : জর্দানিয়ান ডিনাৰ