അർത്ഥം : নেদাৰলেণ্ডৰ নিবাসী
ഉദാഹരണം :
সেই ওলন্দাজজনক গুপ্ত বিমানৰ দ্বাৰা অনা হৈছিল
പര്യായപദങ്ങൾ : ওলন্দাজ, নেদাৰলেণ্ডবাসী, হলেণ্ডবাসী
അർത്ഥം : নেদাৰলেণ্ডত কোৱা ভাষা
ഉദാഹരണം :
ডাচ নেদাৰলেণ্ডৰ বাহিৰেও অন্য দেশতো কোৱা হয়
പര്യായപദങ്ങൾ : ওলন্দাজ ভাষা, ডাচ ভাষা
അർത്ഥം : নেদাৰলেণ্ডৰ বা নেদাৰলেণ্ড সম্বন্ধী
ഉദാഹരണം :
আমি ডাচ সংগ্রহালয় চাৰলৈ গʼলো
അർത്ഥം : ডাচ ভাষাৰ বা ডাচ ভাষা সম্বন্ধী
ഉദാഹരണം :
তেওঁৰ ্ডাচ ৰচনাবোৰক সুৰক্ষিতকৈ ৰখা হৈছে