അർത്ഥം : ডাক ব্যৱস্থাৰ যোগেদি অনা বা লৈ যোৱা চিঠি আদি
ഉദാഹരണം :
ডাকোৱালে সদায় চাৰি বজাত ডাক আনে
പര്യായപദങ്ങൾ : পোষ্ট
അർത്ഥം : ৰাজ্যৰ ফালৰ পৰা চিঠি, পার্চেল আদিৰ অনা-নিয়া কৰা ব্যৱস্থা
ഉദാഹരണം :
মই নিজৰ চিঠিখন ডাকত পঠিয়াইছোঁ
അർത്ഥം : নিলামৰ সময়ত চিঞৰি দাম লগোৱা কার্য
ഉദാഹരണം :
মই এই বস্তুটোৰ কাৰণে এশ টকালৈকে ডাক লগাব পাৰোঁ