അർത്ഥം : বস্তু-বাহানি আদি লুটপাত কৰিবৰ কাৰণে দল বান্ধি কৰা আক্রমণ
ഉദാഹരണം :
যোৱা সপ্তাহত ইয়াত এখন দোকানত ডকাইতি হৈছিল
അർത്ഥം : পথচাৰীৰ পৰা বস্তু-বাহানি লুটপাত কৰা কার্য
ഉദാഹരണം :
এই ৰাস্তাটোত বেছিভাগ ডকাইতি হয়
പര്യായപദങ്ങൾ : চুৰি
അർത്ഥം : কাৰোবাৰ পৰা বলপূর্বকভ্াৱে বা ডকা-হকা দি কোনো বস্তু লোৱা কার্য
ഉദാഹരണം :
এই পথত ডকাইতে পথিকক ডকাইতি কৰে
പര്യായപദങ്ങൾ : অপহৰণ কৰা, লুট কৰা, লুট-পাত কৰা