അർത്ഥം : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া
ഉദാഹരണം :
ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে
പര്യായപദങ്ങൾ : বাতা, মেৰামতি কৰা
അർത്ഥം : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য
ഉദാഹരണം :
শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে
പര്യായപദങ്ങൾ : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা
അർത്ഥം : ভাড়াত কোনো যান-বাহন আদি লোৱা
ഉദാഹരണം :
আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ
പര്യായപദങ്ങൾ : লোৱা
അർത്ഥം : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
ഉദാഹരണം :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
പര്യായപദങ്ങൾ : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা
അർത്ഥം : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা
ഉദാഹരണം :
তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে