അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি কোনো কাম কৰিবৰ বাবে সমর্থ
ഉദാഹരണം : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
അർത്ഥം : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
അർത്ഥം : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই
ഉദാഹരണം : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে
പര്യായപദങ്ങൾ : যথার্থ, সঁ্চা, সত্য
അർത്ഥം : যেনে হোৱা উচিত তেনেধৰণৰ
ഉദാഹരണം : এই কথাটো মোৰ উচিত যেন লগা নাই
പര്യായപദങ്ങൾ : উচিত, উপযুক্ত, যোগ্য, সঠিক
അർത്ഥം : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে
ഉദാഹരണം : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে
പര്യായപദങ്ങൾ : বিন্যস্ত, ব্যৱস্থিত
അർത്ഥം : যিটো নি্র্ধাৰিত বা নিশ্চিত
ഉദാഹരണം : মই নিশ্চিত ঠাইত উপস্থিত হʼম
പര്യായപദങ്ങൾ : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক
ഇൻസ്റ്റാൾ ചെയ്യുക