അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : জাৰ, শীত, শৈত্য
അർത്ഥം : যাৰ স্বভাৱত ক্রোধ বা আৱেশ নাই
ഉദാഹരണം : ৰোহিতৰ শান্ত স্বভাৱক সকলোৱে ভাল পায়
പര്യായപദങ്ങൾ : শান্ত
അർത്ഥം : যিটো জ্বলি বা দগ্ধহৈ যোৱা নাই
ഉദാഹരണം : জুইকুৰা লাহে-লাহে ঠাণ্ডা হৈ গʼল
അർത്ഥം : যি উষ্ণ নহয়
ഉദാഹരണം : পথিকে নদীৰ ঠাণ্ডা পানী খাই আছে
പര്യായപദങ്ങൾ : শীতল
അർത്ഥം : যʼত শীতলতা আছে
ഉദാഹരണം : কালি আবেলি ঠাণ্ডা বতাহ বলিছিল
പര്യായപദങ്ങൾ : শীতল, ্ চেঁ্চা
അർത്ഥം : ৰং সিদ্ধান্ত অনুসৰি শীতলতা প্রদান কৰোতা
ഉദാഹരണം : নীলা এক শীতল ৰং
ഇൻസ്റ്റാൾ ചെയ്യുക