അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ
ഉദാഹരണം : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে
പര്യായപദങ്ങൾ : আনন, গঢ়, চেহেৰা, বদন, মুখ, ৰূপ
അർത്ഥം : যিয়ে ছল বা ধূর্ত্্তাৰে আনৰ মালবস্তু লয়
ഉദാഹരണം : মোহন বহুত ডাঙৰ ঠগ, তাৰ পৰা বাচি থাকিবা
പര്യായപദങ്ങൾ : প্রবঞ্চক, প্রৱঞ্চক
അർത്ഥം : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
ഉദാഹരണം : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
പര്യായപദങ്ങൾ : ধূর্ত, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
ഇൻസ്റ്റാൾ ചെയ്യുക