അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
ഉദാഹരണം : তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
പര്യായപദങ്ങൾ : নোট
അർത്ഥം : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
ഉദാഹരണം : নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
അർത്ഥം : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা
ഉദാഹരണം : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে
പര്യായപദങ്ങൾ : কপি কৰা, নকল কৰা, লিখা
ഇൻസ്റ്റാൾ ചെയ്യുക