അർത്ഥം : লিখা-পঢ়া বা খোৱা-বোৱা কৰিবলৈ সজা চাৰিটা খুটি থকা ওখ আচবাব
ഉദാഹരണം :
মেজত কিতাপবোৰ খেলি-মেলি হৈ আছে
പര്യായപദങ്ങൾ : মেজ
അർത്ഥം : পৃথক পৃথক স্তম্ভ অথবা শাৰীৰ ৰূপত থকা শ্্ব্দ, পদ, অংক আদিৰ সেই বিন্যাস যʼত সেই শ্্ব্দ, পদ, অংক আদিৰ পাৰস্পৰিক সম্বন্ধ বা কিছুমান বিশেষ তথ্যৰ নির্দেশ ্কৰা থাকে
ഉദാഹരണം :
তালিকাৰ ব্যৱহাৰ অধ্যয়ন, গণনা আদি কৰিবলৈ কৰা হয়
പര്യായപദങ്ങൾ : তালিকা