അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : গোপন কথা ফাদিল কৰা ব্যক্তি বা কথা লগাই ফুৰা ব্যক্তি
ഉദാഹരണം : টুটকীয়ালোকৰ কাৰণে কেতিয়াবা কেতিয়াবা পাৰস্পৰিক সম্বন্ধৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়
പര്യായപദങ്ങൾ : কথা লগনীয়া, টুটকীয়া মানুহ, লগনিয়াৰ
അർത്ഥം : কথা লগাই ফুৰোঁতা
ഉദാഹരണം : টুটকীয়া ব্যক্তিয়ে সদায় টুটকীয়ালি কৰি ফুৰে
പര്യായപദങ്ങൾ : লগনীয়া
ഇൻസ്റ്റാൾ ചെയ്യുക