അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্তুক কেইবাটাও খণ্ডত খণ্ডিত কৰা বা কাম নাইকিয়া কৰি দিয়া
ഉദാഹരണം : লাখুটিৰে মাৰি মাৰি গৰখীয়াটোৱে গাইজনীৰ ঠেংখন ভাঙি দিলে
പര്യായപദങ്ങൾ : ছিঙা, ভগা, ভঙা, ভাগি দিয়া, ভাঙি দিয়া
അർത്ഥം : আঘাত কৰি বা মৰিয়াই কোনো বস্তুক টুকুৰা-টুকুৰ কৰা
ഉദാഹരണം : এই কুঁহিয়াৰডাল সৰু-সৰু টুকুৰা কৰা
പര്യായപദങ്ങൾ : ভঙা
ഇൻസ്റ്റാൾ ചെയ്യുക