പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള টীকা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

টীকা   বিশেষ্য

അർത്ഥം : কোনো ৰোগ প্রতিৰোধ কৰিবৰ কাৰণে সেই ৰোগৰ বীজাণুৰ জুলীয়া অংশ বেজিৰ দ্বাৰা সুমুৱাই দিয়া কার্য

ഉദാഹരണം : কিছুমান মৃত্যু ঘটোৱা ৰোগৰ পৰা বাচিবৰ কাৰণে লʼৰা-ছোৱালীবোৰক টীকাকৰণ কৰা হয়

പര്യായപദങ്ങൾ : টীকাকৰণ

അർത്ഥം : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

ഉദാഹരണം : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

പര്യായപദങ്ങൾ : টিপ্পনী

അർത്ഥം : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

ഉദാഹരണം : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

പര്യായപദങ്ങൾ : টিপ্পনী, টীকা-টিপ্পনী