പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള টিপ্পনী എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

টিপ্পনী   বিশেষ্য

അർത്ഥം : বাতৰি কাকত আদিত প্রকাশিত ঘটনা আদিৰ সংক্ষিপ্ত বিৱৰণ বা সেই সম্বন্ধে সম্পাদকৰ বিচাৰ

ഉദാഹരണം : আজিৰ বাতৰি কাকতত প্রকাশ পোৱা সংসদত হোৱা হুলস্থূলৰ ওপৰত সম্পাদকে কৰা টিপ্পনীটো বৰ শক্তিশালী

അർത്ഥം : গূঢ় কথা বা বাক্য বিস্তৃত আৰু স্পষ্টভাৱে বর্ণ্্না কৰা কোনো লেখা

ഉദാഹരണം : এই গ্রন্থখনৰ গূঢ় বাক্যবোৰ বুজিবৰ কাৰণে ঠায়ে-ঠায়ে টীকা দিয়া আছে

പര്യായപദങ്ങൾ : টীকা

അർത്ഥം : কোনো ব্যক্তি, বিষয় অথবা কার্য সম্বন্ধত কৰা বিচাৰ

ഉദാഹരണം : মই এই বিষয়ত কোনো টিপ্পনী দিব নিবিচাৰোঁ

അർത്ഥം : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ

ഉദാഹരണം : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে

പര്യായപദങ്ങൾ : টীকা, টীকা-টিপ্পনী