അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কাঁচৰ ৰঙৰ এক খুউব মিহি ধাতু যাৰ পৰমাণু ক্রমাংক পঞ্চাশ
ഉദാഹരണം : টিং বনাবলৈও বগী তাম ব্যৱহাৰ কৰা হয়
പര്യായപദങ്ങൾ : বগী তাম, ৰাং
അർത്ഥം : ধাতু , প্লাষ্টিক আদিৰে তৈয়াৰ কৰা ঢাকোন থকা পাত্র
ഉദാഹരണം : তেওঁ ্ চেনি আদি ৰাখিবলৈ বজাৰৰ পৰা চাৰিটা টেমা কিনি আনিলে
പര്യായപദങ്ങൾ : টেমা, ডিব্বা, বৈয়াম, বয়াম
അർത്ഥം : টিনৰ পাতল তৰপেৰে বনোৱা ঘূৰণীয়া
ഉദാഹരണം : তেওঁৰ ্পাকঘৰটো টেমাৰে ভৰি আছে
പര്യായപദങ്ങൾ : টেমা
അർത്ഥം : এবিধ ৰূপালী ৰঙৰ নমনীয় ধাতৱীয় পদার্থ
ഉദാഹരണം : টিনৰ পৰা বহুতো লাগতিয়াল বস্তু তৈয়াৰ কৰিব পাৰি
പര്യായപദങ്ങൾ : ৰাং
ഇൻസ്റ്റാൾ ചെയ്യുക