അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
ഉദാഹരണം : মোৰ তপিনাত বিষ হৈছে
പര്യായപദങ്ങൾ : তপিনা
അർത്ഥം : তাচৰ এখিলা পাত
ഉദാഹരണം : তাচ খেলত প্রত্যেক ৰঙৰ এটাকৈ টিক্কা থাকে
പര്യായപദങ്ങൾ : ইক্কা, টিক্কা, টেকা, টেক্কা
അർത്ഥം : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ഉദാഹരണം : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
പര്യായപദങ്ങൾ : কটি, তপিনা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
അർത്ഥം : সোনকালে বেয়া বা নষ্ট নোহোৱা বা কামত দিয়া
ഉദാഹരണം : ভাল কোম্পানীৰ উৎপাদিত সামগ্রী বেছিদিন চলে
പര്യായപദങ്ങൾ : চলা
ഇൻസ്റ്റാൾ ചെയ്യുക