അർത്ഥം : শৰীৰৰ কোনো শিৰা, পেশী আদি জঠৰ হোৱা
ഉദാഹരണം :
মোৰ ডিঙিটো টানি ধৰিছে
പര്യായപദങ്ങൾ : পাক খোৱা, মোচোকা খোৱা, লাগি ধৰা
അർത്ഥം : অনুচিতভাৱে লোৱা
ഉദാഹരണം :
মন্দিৰ সজাৰ নামত তেওঁ এহেজাৰ টকা জোৰ কৰি লʼলে
പര്യായപദങ്ങൾ : জোৰ কৰা, জোৰ-জবৰদস্তি লোৱা