അർത്ഥം : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য
ഉദാഹരണം :
টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে
അർത്ഥം : টনা কার্য ্বা ভাব
ഉദാഹരണം :
অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল
അർത്ഥം : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য
ഉദാഹരണം :
ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে
പര്യായപദങ്ങൾ : টানি উলিওৱা
അർത്ഥം : ঘঁহনি খাই যোৱাকৈ টনা কার্য
ഉദാഹരണം :
তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে
അർത്ഥം : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা
ഉദാഹരണം :
মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে
അർത്ഥം : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা
ഉദാഹരണം :
বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে
പര്യായപദങ്ങൾ : চৰোৱা
അർത്ഥം : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য
ഉദാഹരണം :
এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো
അർത്ഥം : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা
ഉദാഹരണം :
চিকাৰীয়ে ধনুৰ গুণ টানিছে
പര്യായപദങ്ങൾ : কচা, টানি বন্ধা
അർത്ഥം : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা
ഉദാഹരണം :
চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে
പര്യായപദങ്ങൾ : খন্দা