പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള টনা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

টনা   বিশেষ্য

അർത്ഥം : কোনো বস্তুৰ সম্প্ৰসাৰণ ঘটোৱা কাৰ্য

ഉദാഹരണം : টনাৰ কাৰণে এইকেইডাল তাঁৰৰ দীৰ্ঘতা বাঢ়ি গৈছে

അർത്ഥം : টনাৰ অৱস্থা বা ভাব

ഉദാഹരണം : মোৰ ভৰিৰ শিৰাবোৰে টানি ধৰিছে

പര്യായപദങ്ങൾ : টানি ধৰা

അർത്ഥം : টনা কার্য ্বা ভাব

ഉദാഹരണം : অধিক টনাৰ কাৰণে ৰবৰ টুকুৰা ছিঙি থাকিল

അർത്ഥം : টনাৰ কাৰ্য বা ভাব

ഉദാഹരണം : অত্যধিক টনাৰ কাৰণে এই ৰছীডাল ছিঙি থাকিল

പര്യായപദങ്ങൾ : আজোৰা

টনা   ক্ৰিয়া

അർത്ഥം : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা

ഉദാഹരണം : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে

പര്യായപദങ്ങൾ : টানি অনা, তুলি অনা, তোলা

അർത്ഥം : খাপ, বেগ আদিৰ পৰা কোনো স্তুক বেগেৰে বাহিৰলৈ উলিওৱা কার্য

ഉദാഹരണം : ৰজাই খাপৰ পৰা তৰোৱালখন টানিলে

പര്യായപദങ്ങൾ : টানি উলিওৱা

അർത്ഥം : ঘঁহনি খাই যোৱাকৈ টনা কার্য

ഉദാഹരണം : তেওঁ মেজৰ কিতাপখন মোৰ ফালে টানিলে

അർത്ഥം : কাৰোবাক কোনো কামত বলপূর্বক্্ভাৱে জড়িত কৰা

ഉദാഹരണം : মোৰ মন নথকা স্বত্বেও ৰামে মোক এই কামটোলৈ টানিলে

അർത്ഥം : ঢোল, চেতাৰ আদিৰ ৰছি বা তাঁৰ টনা এক অৱস্থা

ഉദാഹരണം : বীণাখনৰ তাঁৰবোৰ টনা হৈছে ঢোলৰ বৰতি চৰোৱা হৈছে

പര്യായപദങ്ങൾ : চৰোৱা

അർത്ഥം : কʼৰবাত লাগি থকা কোনো বস্তু টানি পেলোৱা কার্য

ഉദാഹരണം : এঙামূৰি দিয়াৰ সময়ত আমি নিজৰ হাত-ভৰি টানো

അർത്ഥം : ৰেখাৰ আকাৰ বা ৰূপ বনোৱা

ഉദാഹരണം : তেওঁ ঘৰৰ ্নক্সা আঁকিছে

പര്യായപദങ്ങൾ : অঁ্কা

അർത്ഥം : কোনো বস্তুক তাৰ দৈর্ঘ্য বা প্রস্থলৈকে বঢ়াই লৈ যোৱা

ഉദാഹരണം : চিকাৰীয়ে ধনুৰ গুণ টানিছে

പര്യായപദങ്ങൾ : কচা, টানি বন্ধা

അർത്ഥം : যন্ত্রৰ অংগ টান কৰি বহুওৱা

ഉദാഹരണം : তেওঁ ্ ৰেঞ্চডালেৰে যন্ত্রৰ অংশ এটা টানি আছিল

പര്യായപദങ്ങൾ : টাইট কৰা, টান কৰা

അർത്ഥം : ৰেখাৰ সমান দূৰলৈকে যোৱা বস্তুৰ নি্র্মাণ কৰা

ഉദാഹരണം : চৰকাৰে এই বান্ধৰ পৰা আৰু এটা নলা টানিলে

പര്യായപദങ്ങൾ : খন্দা