അർത്ഥം : ভাৰতত প্রচলিত মুদ্রা
ഉദാഹരണം :
ভাৰতীয় টকাত গান্ধীজীৰ ছবি আছে
പര്യായപദങ്ങൾ : ভাৰতীয় টকা, ৰুপিয়া, ৰুপী
അർത്ഥം : ভাৰত, পাকিস্তান আদি দেশত প্রচলিত মুদ্রা বিশেষ
ഉദാഹരണം :
টকাৰ মূল্য আন্তর্ৰাষ্ট্রীয় ্পর্যায়ত দিনে দিনে কমি অহা দেখা গৈছে
അർത്ഥം : ভাৰতত প্রচলিত এটা মোহৰ যাৰ পৰিমাণ এসময়ত প্রচলিত ষোল্ল অনাৰ সৈতে সমান
ഉദാഹരണം :
ককা-দেউতাৰ ওচৰত বিভিন্ন ধৰণৰ টকা আছে