അർത്ഥം : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
ഉദാഹരണം :
ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
പര്യായപദങ്ങൾ : চাচি, ধুমুহা-বতাহবানাহ
അർത്ഥം : তীব্রবেগী ধুমুহা
ഉദാഹരണം :
কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
പര്യായപദങ്ങൾ : ধুমুহা-বতাহ