അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি শক্তিৰ দ্বাৰা চকুৰে কোনো বস্তুৰ ৰূপ ধৰিব পাৰে
ഉദാഹരണം : সূর্য উদয় ্ হোৱাৰ লগে লগে চাৰিওফালে পোহৰ বিয়পি পৰিল
പര്യായപദങ്ങൾ : আভা, আলোক, দীপ্তি, দ্যুতি, পোহৰ, প্রকাশ, প্রদীপ, প্রদীপ্তি, প্রভা, বিভা
അർത്ഥം : এক ধৰণৰ প্রকাশ বা পোহৰ
ഉദാഹരണം : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
പര്യായപദങ്ങൾ : আভা, কান্তি, জেউতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
ഇൻസ്റ്റാൾ ചെയ്യുക