അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
ഉദാഹരണം : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
പര്യായപദങ്ങൾ : বোধ, বোধি, সংজ্ঞা, সজ্ঞান
അർത്ഥം : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি
ഉദാഹരണം : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল
പര്യായപദങ്ങൾ : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা
അർത്ഥം : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
ഉദാഹരണം : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
പര്യായപദങ്ങൾ : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
അർത്ഥം : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
ഉദാഹരണം : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
പര്യായപദങ്ങൾ : উপদেশ, বুজনি, শিকনি, শিক্ষা
അർത്ഥം : বোধ ওপজা বৃত্তি বা শক্তি
ഉദാഹരണം : চেতনাই জীয়াই থকাৰ লক্ষণ
പര്യായപദങ്ങൾ : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা
ഇൻസ്റ്റാൾ ചെയ്യുക