പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জ্ঞান എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জ্ঞান   বিশেষ্য

അർത്ഥം : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ഉദാഹരണം : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

പര്യായപദങ്ങൾ : বোধ, বোধি, সংজ্ঞা, সজ্ঞান

അർത്ഥം : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

ഉദാഹരണം : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

പര്യായപദങ്ങൾ : ধী, ধীশক্তি, বিবেক, বুদ্ধি, মতি, মনীষা, মেধা

അർത്ഥം : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

ഉദാഹരണം : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

പര്യായപദങ്ങൾ : অনুভাব, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি

അർത്ഥം : শিকোৱা বা শিকা কোনো হিতকাৰী কথা

ഉദാഹരണം : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়

പര്യായപദങ്ങൾ : উপদেশ, বুজনি, শিকনি, শিক্ষা

അർത്ഥം : বোধ ওপজা বৃত্তি বা শক্তি

ഉദാഹരണം : চেতনাই জীয়াই থকাৰ লক্ষণ

പര്യായപദങ്ങൾ : গমগতি, চম্বিত, চেতনা, সংবেদন, সংবেদনা, সম্বিৎ, হুঁচ, হুঁছ, ্সংজ্ঞা