അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
ഉദാഹരണം : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
പര്യായപദങ്ങൾ : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
അർത്ഥം : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
ഉദാഹരണം : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
പര്യായപദങ്ങൾ : তৰুণ, যুৱ, যুৱক
അർത്ഥം : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
ഉദാഹരണം : তেওঁ এজন ্ সাহসী সৈনিক
പര്യായപദങ്ങൾ : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
ഇൻസ്റ്റാൾ ചെയ്യുക