പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জোৰা লগোৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জোৰা লগোৱা   ক্ৰিয়া

അർത്ഥം : বেজী-সূতা আদিৰে কোনো ডাঙৰ বস্তুত সৰু বস্তু জোৰা দিয়া

ഉദാഹരണം : লতাই কুর্তাটোত বুটাম লগাই আছে

പര്യായപദങ്ങൾ : চিলাই কৰা, লগোৱা, সীওৱা, সীৱন কৰা

അർത്ഥം : কোনো ধৰণৰ সম্বন্ধ স্থাপন কৰা

ഉദാഹരണം : বিবাহে দুটা পৰিয়ালৰ জোৰা লগায়

പര്യായപദങ്ങൾ : যুক্ত কৰা

അർത്ഥം : অন্য কোনো বস্তুৰ শেষত লগোৱা

ഉദാഹരണം : চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে

പര്യായപദങ്ങൾ : জোৰা, সংলগ্ন কৰা

അർത്ഥം : দুই বা ততোধিক বস্তু বা অংশক সী, মিলাই বা লগ-লগাই বা অন্য উপায়েৰে এক কৰা

ഉദാഹരണം : মিস্ত্রীজনে মেজখনৰ ভগা খুঁটিটো জোৰা দি আছে

പര്യായപദങ്ങൾ : জোৰা দিয়া