അർത്ഥം : কোনো বস্তুৰ গুৰুত্ব বা ওজনৰ পৰিমাণ জানিবৰ কাৰণে দগা-পাল্লা বা তর্জু আদিত উঠোৱা কার্য
ഉദാഹരണം :
দোকানীজনে ধান জুখি আছে
പര്യായപദങ്ങൾ : ওজন কৰা
അർത്ഥം : জোখ লোৱা হোৱা
ഉദാഹരണം :
দুখীয়াসকলক দিবৰ বাবে মাটি জোখা হʼল
അർത്ഥം : কোনো বস্তু, কার্য আদিৰ বিস্তাৰ ঘনত্ব আদিৰ মান বা পৰিমাণ উলিওৱা কার্য
ഉദാഹരണം :
তেওঁ ্কাপোৰখিনি মিটাৰত জুখিছে
പര്യായപദങ്ങൾ : মাপ কৰা