അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : থকা বা ধাৰণ কৰা ঠাই
ഉദാഹരണം : ইয়াত আৰু কাপোৰ ৰাখিব পৰা জেগা নাই
അർത്ഥം : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ഉദാഹരണം : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
പര്യായപദങ്ങൾ : ক্ষেত্র, ঠাই, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
അർത്ഥം : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
ഉദാഹരണം : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
പര്യായപദങ്ങൾ : অৱস্থান, জাগা, ঠাই
അർത്ഥം : এক বিশেষ স্থিতি
ഉദാഹരണം : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
പര്യായപദങ്ങൾ : ঠাই
ഇൻസ്റ്റാൾ ചെയ്യുക