അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
ഉദാഹരണം : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
പര്യായപദങ്ങൾ : জাক
അർത്ഥം : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ഉദാഹരണം : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
പര്യായപദങ്ങൾ : গণ, গোট, জাক, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
അർത്ഥം : একে সময়ত একে ঠাইতে বহুতো মানুহ গোট খোৱা
ഉദാഹരണം : নি্র্বাচনৰ সময়ত ঠায়ে-ঠায়ে মানুহৰ সমাগম দেখিবলৈ পোৱা য়ায়
പര്യായപദങ്ങൾ : ভিৰ, সমাগম
ഇൻസ്റ്റാൾ ചെയ്യുക