അർത്ഥം : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
ഉദാഹരണം :
শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
പര്യായപദങ്ങൾ : জীৱন কথা, জীৱন বৃত্ত, জীৱনী
അർത്ഥം : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
ഉദാഹരണം :
তেওঁ নিজৰ জীৱনী লিখি আছে
പര്യായപദങ്ങൾ : জীৱন কথা, জীৱন বৃত্ত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী