അർത്ഥം : জীৱিত থাকিবৰ কাৰণে আৱশ্যক হোৱা পৰিস্থিতি যʼত বতাহ, পানী আদি থাকে
ഉദാഹരണം :
বিজ্ঞানীসকলে চন্দ্রত জীৱন আছেনে নাই সেই বিষয়ে অনুসন্ধান অব্যাহত ৰাখিছে
അർത്ഥം : যি সময় জুৰি কোনো বস্তু বা পদার্থ ্চলমান অৱস্হাত থাকে
ഉദാഹരണം :
বেছিভাগ বৈদ্যুতিক উপকৰণৰে আয়ুস অলপীয়া হয়
പര്യായപദങ്ങൾ : আয়ুস
അർത്ഥം : জীৱন যাপন কৰাৰ ধৰণ বিশেষ
ഉദാഹരണം :
নি্র্বাচন অহাৰ লগে লগেই নেতাসকলে ৰাজনৈতিক জীৱনত সক্রিয় হৈ পৰে
അർത്ഥം : জীৱিত প্রাণী
ഉദാഹരണം :
ডুবাৰুৰ কাৰণে বানত ডুবিবলৈ ধৰা লোকসকলৰ জীৱন ৰক্ষা পৰিল