അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জীৱিত বুজাবলৈ থকা প্রাণীৰ চেতন শক্তি
ഉദാഹരണം : শৰীৰৰ পৰা প্রাণ ওলাই যোৱা মানেই মৃত্যু
പര്യായപദങ്ങൾ : আত্মা, চেতনা, জান, জিন্দেগি, জীউ, জীৱন, প্রাণ, পৰাণ
അർത്ഥം : যʼ প্রাণ আছে বা সজীৱ প্রাণী
ഉദാഹരണം : পৃথিৱীত বিভিন্ন প্রকাৰৰ জীৱ পোৱা যায়
പര്യായപദങ്ങൾ : জীৱধাৰী, প্রাণধাৰী, প্রাণী, সজীৱ
അർത്ഥം : জীয়াই থকা অৱস্থা
ഉദാഹരണം : যেতিয়ালৈকে জীৱন আছে তেতিয়ালৈকে আশা আছে
പര്യായപദങ്ങൾ : চেতনা, জান, জিন্দেগি, জীউ, জীৱন, ধাতু, প্রাণ, পৰাণ
അർത്ഥം : স্ব-ইচ্ছাৰে গতি কৰিব পৰা জীৱধাৰী প্রাণী
പര്യായപദങ്ങൾ : জন্তু, জানোৱাৰ, প্রাণী
ഇൻസ്റ്റാൾ ചെയ്യുക