അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে
ഉദാഹരണം :
പര്യായപദങ്ങൾ : ঠাণ্ডা, শীত, শৈত্য
അർത്ഥം : প্রাচীন কালত ৰুছত শাসন কৰা ৰজা বা শাসক
ഉദാഹരണം : ১৯১৭ চললৈকে ৰুছত জাৰসকলৰ শাসন চলি আছিল
അർത്ഥം : ঠাণ্ডা বতৰ
ഉദാഹരണം : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়
പര്യായപദങ്ങൾ : জাৰকালি, শীত, শীতকাল
ഇൻസ്റ്റാൾ ചെയ്യുക