പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জাল എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জাল   বিশেষ্য

അർത്ഥം : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

ഉദാഹരണം : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

പര്യായപദങ്ങൾ : নেট

അർത്ഥം : চৰাই, মাছ আদি ধৰিবলৈ সূতা, জৰী বা তাঁৰেৰে বিন্ধা ৰাখি ৰাখি ্ গুঁঠ্া এবিধ যতন

ഉദാഹരണം : অৱশেষত চিকাৰীয়ে পাৰজাকক জালত পেলালে

പര്യായപദങ്ങൾ : ফান্দ

അർത്ഥം : একেলগে গোঁঠা বহুত বস্তুৰ সমূহ

ഉദാഹരണം : শৰীৰত শিৰা-উপশিৰাৰ জাল প্রসাৰিত হৈ আছে

അർത്ഥം : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

ഉദാഹരണം : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

പര്യായപദങ്ങൾ : নেট

അർത്ഥം : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

ഉദാഹരണം : তেওঁ বলটো গোলৰ জালত মাৰিলে

പര്യായപദങ്ങൾ : গোল-নেট, নেট

അർത്ഥം : মদ, ভাং আদি মাদক দ্রৱ্য সেৱন কৰিলে হোৱা মানসিক অৱস্থা

ഉദാഹരണം : মদৰ নিচাত মাতাল হৈ থকা চিপাহীজনে নির্দোষ ৰবিক বৰকৈ পিটিলে

പര്യായപദങ്ങൾ : নিচা, মত্ততা, মত্তাৱস্থা, ৰাগি

জাল   বিশেষণ

അർത്ഥം : যʼত দোষ আছে

ഉദാഹരണം : দোকানীজনে মোক দিয়া ভেজাল নোটখন ঘূৰাই লʼলে

പര്യായപദങ്ങൾ : অবিশুদ্ধ, কৃত্রিম, নকল, নকলী, ভেজাল

അർത്ഥം : যʼত মিশ্রণ ঘটিছে বা যি শুদ্ধ নহয় অথবা যʼত কেৰোণ আছে

ഉദാഹരണം : এইখিনি ভেজাল ঘিউ

പര്യായപദങ്ങൾ : অবিশুদ্ধ, অশুদ্ধ, কেৰুণীয়া, বিমিশ্র, ভাঁজ দিয়া, ভেজাল, ্ভঁজুৱা