അർത്ഥം : জাবৰ-জোথৰ পেলোৱা বাকচ
ഉദാഹരണം :
মানুহে জাবৰদানীত জাবৰ পেলোৱাৰ পৰিৱর্তে ্ইফালে-সিফালে পেলাই দিয়ে
അർത്ഥം : জাবৰ জোথৰ পেলোৱা পাত্র
ഉദാഹരണം :
তেওঁ ্মাটিত পৰি থকা কুটাবোৰ উঠাই জাবৰদানিত পেলাই দিলে
പര്യായപദങ്ങൾ : আওটনি পাচি, জাবৰদানি, ডাষ্টবিন