അർത്ഥം : বেয়া বা নিকৃষ্ট বস্তুৰ দʼম
ഉദാഹരണം :
দেৱালীৰ সময়ত ঘৰে-ঘৰে জাবৰ-জোথৰ চফা কৰা হয়
പര്യായപദങ്ങൾ : আৱর্জ্্না, জাবৰ-জোঁজথৰ
അർത്ഥം : একেবাৰে অদৰকাৰী বুলি মানি লোৱা কোনো বস্তু
ഉദാഹരണം :
তেওঁ আজি নিজৰ কোঠাৰ পৰা জাবৰ-জোথৰ চফা কৰাত ব্যস্ত
പര്യായപദങ്ങൾ : জাবৰ-জোথৰ
അർത്ഥം : ঝাড়ু আদিৰে চফা কৰা মাটিত পৰি থকা ধূলি আৰু ফটা-চিটা বস্তু আদি
ഉദാഹരണം :
জাবৰবোৰ জাবৰদানীত পেলোৱা উচিত
പര്യായപദങ്ങൾ : জাবৰ-জোথৰ