പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള জাপি দিয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

জাপি দিয়া   ক্ৰিয়া

അർത്ഥം : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

ഉദാഹരണം : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

പര്യായപദങ്ങൾ : উৰি দিয়া, দিয়া

അർത്ഥം : কোনো কাম আদি কৰিবৰ কাৰণে কাৰোবাৰ জিম্মাত দিয়া বা লোৱা

ഉദാഹരണം : মালিকে সকলো কাম মোৰ ওপৰত জাপি দিলে

അർത്ഥം : কোনোৱে নিবিচাৰিলেও তেওঁৰ ওপৰত ্দায়িত্ব আদি ্অর্পণ ্কৰা

ഉദാഹരണം : তেওঁ ্যোৱাৰ আগতে নিজৰ সকলো কাম মোৰ ওপৰত জাপি থৈ গʼল

പര്യായപദങ്ങൾ : থেলি থোৱা