അർത്ഥം : যি লিপিত জাপানী ভাষা লিখা হয়
ഉദാഹരണം :
ৰূপাই জাপানীত লিখা-পঢ়া কৰিব পাৰে
പര്യായപദങ്ങൾ : জাপানী-লিপি
അർത്ഥം : জাপান দেশৰ ভাষা
ഉദാഹരണം :
ৰামে জাপানী কʼব পাৰে
അർത്ഥം : জাপানত বসবাস কৰা
ഉദാഹരണം :
জাপানীসকল বৰ পৰিশ্রমী
അർത്ഥം : জাপানৰ বা জাপানৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
জাপানী বস্তু সস্তা, ধুনীয়া আৰু দী্র্ঘম্যাদী হয়