അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জাগি থকা এক অৱস্থা
ഉദാഹരണം : দুদিন ধৰি জাগাৰ কাৰণে তেওঁৰ চকু ৰঙা হৈ পৰিছে
പര്യായപദങ്ങൾ : জাগৰণ
അർത്ഥം : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
ഉദാഹരണം : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
പര്യായപദങ്ങൾ : অৱস্থান, জেগা, ঠাই
അർത്ഥം : গাই, মʼহ, ঘোঁৰা আদিৰ সংগমৰ ইচ্ছা জাগ্ৰত হোৱা কাৰ্য
ഉദാഹരണം : কালিৰ পৰা গাইজনী জাগিছে
പര്യായപദങ്ങൾ : উঠা
ഇൻസ്റ്റാൾ ചെയ്യുക