അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : চলয়মান ভীৰ বা যি ভীৰ কোনো ঠাইলৈ অহা যোৱা কৰিব পাৰে
ഉദാഹരണം : মানুহ জুমৰ আগে আগে এদন যুৱক গৈ আছিল
പര്യായപദങ്ങൾ : জুম
അർത്ഥം : একে ঠাইতে উপস্থিত বা এটাতকৈ অধিকভাৱে থকা মানুহ, পশু আদিৰ গোট বা শ্রেণী বিশেষ
ഉദാഹരണം : খেতিডৰা পশুৰ জাকে আহি খাস্তাং কৰি থৈ গʼল
പര്യായപദങ്ങൾ : পাল, সমুদায়, সমূহ
അർത്ഥം : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ
ഉദാഹരണം : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে
പര്യായപദങ്ങൾ : গণ, গোট, জুম, দʼম, দল, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ
അർത്ഥം : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ
ഉദാഹരണം : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে
പര്യായപദങ്ങൾ : দল
ഇൻസ്റ്റാൾ ചെയ്യുക